Assamese

Dibrugarh Axom

Dibrugarh Axom Lyrics By 2022. Best Song Dibrugarh Axom Lyrics in Hindi & English Originally Released on YouTube. Dibrugarh Axom Song Sung By Popular Singer Gitanjali Das, Music Composed By Pulak Nath, and Lyrics Of This Song Are Written By Paragjyoti Lahon. Dibrugarh Axom Full Song Lyrics By Gitanjali Das. We Offer Amazing Songs Lyrics Only on WoLyrics.com

Dibrugarh Axom Song Gitanjali Das Details

Vocal/Singer
Music Comsposer Pulak Nath
Lyricist Paragjyoti Lahon
YouTube video

Dibrugarh Axom Lyrics Gitanjali Das

এ নামে নো গিতাঞ্জলী গগৈ লিখো উপাধি (২)
স্কুল নো নগামাটিত তাতে কৰোঁ মাস্তৰনী
গাৱে নো ৰঙাগৰা পষ্ট ওফিচ হল বৰগতপুৰ
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম

এ নামে নো জেলেঙা কাই
সদায় নো মেজেঙা খায় (২)
মদৰে ঐ নিচাতে ৰাতি থাকে জঁপিয়াই
গাৱে নো ঠেৰেমিয়া পষ্ট ওফিচ হল বৰগতপুৰ
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম

এ দকৈ পথাৰত ঐ জান
ধানে নো দাই আছিলো
এ দকৈ পথাৰত ঐ জান
এ ধানে নো দাই আছিলো (২)
তলৈ মনত পৰিছিল ইমান
এ এগচি দুগচি ঐ জান
মুঠি নো ঐ বান্ধতে
এ মুঠি নো ঐ বান্ধতে
কঁকালৰ বিষ ধৰিছিল ইমান
এ মনে মনে আহি তই
খামচি ঐ ধৰি লৈ
কৰিছিলি ইমান কৈ
কৰিছিলি ইমান কৈ মৰম
এ নামে নো গিতাঞ্জলী গগৈ লিখো উপাধি
স্কুল নো নগামাটিত তাতে কৰোঁ মাস্তৰনী
গাৱে নো ৰঙাগৰা পষ্ট ওফিচ হল বৰগতপুৰ
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম

চিঠি দি পঠিয়াম ঐ জান
পৰাগৰে হাততে
চিঠি দি পঠিয়াম ঐ জান
পৰাগৰে হাততে
তৰো দেখোন মবাইল ফোন নাই
এ স্কুলৰ ছুটিতে ঐ জান
আহিবি মোক নিবলে
দুয়ো নো পলাই গুচি যাম
ঐ যামে নো গৈ টেঙাখাত
নহয় বৰ বেছি বাট
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম

এ নামে নো গিতাঞ্জলী গগৈ লিখো উপাধি
স্কুল নো নগামাটিত তাতে কৰোঁ মাস্তৰনী
গাৱে নো ৰঙাগৰা পষ্ট ওফিচ হল বৰগতপুৰ
জিলা আমাৰ ডিব্ৰুগড়
জিলা আমাৰ ডিব্ৰুগড়, অসম ।।

Check Also
Close
Back to top button