Assamese

Etula Kesa Xun

Etula Kesa Xun Lyrics By , On Kussum Kailash World 2024. Best Song Etula Kesa Xun Lyrics in Hindi & English Originally Released on YouTube. Etula Kesa Xun Song Sung By Popular Singer Deeplina Deka, Kussum Kailash, Music Composed By Raag Parag, and Lyrics Of This Song Are Written By Raag Parag. Etula Kesa Xun Full Song Lyrics By Deeplina Deka, Kussum Kailash. We Offer Amazing Songs Lyrics Only on WoLyrics.com

Etula Kesa Xun Song By Deeplina Deka Kussum Kailash Details

Vocal/Singer ,
Music Comsposer Raag Parag
Lyricist Raag Parag
YouTube video

Etula Kesa Xun Lyrics Deeplina Deka, Kussum Kailash

তই মোৰ
এতোলা কেঁচা সোণ
যি বুকুতে দিলি ৰুণ
নুজুৰে দেখোন তোৰ
মৰম মোলে চোন

চাহ দিলে নহ’ব
চেনী দিবও যে লাগিব
কথা দিলে নহ’ব
মৰম দিবও যে লাগিব

উশাহ ঘনে ঘনে কৈ
বাঁওচকু লৰে ঐ
ওঁঠত আঙুলি
বুলাই দিলে তই

দাপোণতে চাই ৰৈ
কিনো ভাবি থাক’ ঐ
এহেজাৰ মৰম আছে
তুলে বৈ

চাহ দিলে নহ’ব
চেনী দিবও যে লাগিব
কথা দিলে নহ’ব
মৰম দিবও যে লাগিব

অকণমান কথাতে লাগি
মুখ ফুলাই ন’লবি
মৰম আছে
কাষে কাষে তোৰে

দুগালতে পৰে জিলিকি
আবেলিৰে ৰঙা বেলি
অভিমান
চকুৱে বাগৰে

জোকাই ন’লবি তই
জান উঠিব খং
মিঠা কথাবোৰ কৈ
চাব খুজিছ ৰং

ভাল লাগে তোৰে নো চাই
সেই ৰূপেই আঁজলী
চাহ দিলে নহ’ব
চেনী দিবও যে লাগিব
কথা দিলে নহ’ব
মৰম দিবও যে লাগিব

অ’ জান ঐ
এনেই মৰম
নালাগে ঐ তোক
সঁচাকৈ

তোকে পালে
নালাগে ঐ ভোক

জান বুলি কোনে কব তোক
মাননে
তয়ে মোৰে কলিজাৰ
এঠোক

ভুলাই লবলে মোক
নকৰ অঁকৰা ধং
যেন বুজাইয়ে লবি
মোৰ উঠিলেও খং

ভাল লাগে তোৰে নো চাই
সেই চকু কাঁজলি

চাহ দিলে নহ’ব
চেনী দিবও যে লাগিব
কথা দিলে নহ’ব
মৰম দিবও যে লাগিব

Check Also
Close
Back to top button