Assamese

Rangali

Rangali Lyrics By On Achurjya Borpatra Official 2023. Best Song Rangali Lyrics in Hindi & English Originally Released on YouTube. Rangali Song Sung By Popular Singer Achurjya Borpatra, Music Composed By Achurjya Borpatra, and Lyrics Of This Song Are Written By Achurjya Borpatra. Rangali Full Song Lyrics By Achurjya Borpatra. We Offer Amazing Songs Lyrics Only on WoLyrics.com

Rangali Details

Vocal/Singer
Music Comsposer Achurjya Borpatra
Lyricist Achurjya Borpatra
YouTube video

Rangali Lyrics Achurjya Borpatra

বৰনৈ বাঢ়িলে চাপৰি বুৰিলে
টুপাই বুৰ মাৰিলে শিহু !
উজনি নামনিত ঢোলে গুমগুমালে ঐ
পালেহি ব’হাগৰ বিহু !!

অনতাংমা পাইলোছে মেচিচাংঞা ছৈনী ঐ
চমপাংক’ পাইলোছে চেফ্ৰি !
চিনাংকা পাইলোছে মেচিচাং জানাং ঐ
চমপাংক’ পাইলোছে চেফ্ৰি !!

ধনচেং ঢোলৰে বৰতি
ধনচেং ল’লো টানি টানি
আকৌ আহি পালেহি মৰমৰে বিহুটি
ধনচেং ধনৰ মলা , ফূলচেং ফুলৰ মলা
বিহু মাৰিবলৈ/২ যাওঁ !!

ধনচেং কঁকালৰ টঙালি
ধনচেং বান্ধিলো উজালি
ডালত পৰি বিনালে কলীয়াকৈ কুলিটি
ধনচেং ধনৰ মলা , ফুলচেং ফুলৰ মলা
বতৰৰ গীতকে/২ গাওঁ !!
আওতে ঐ পিতুৰিয়া
খামচেং পিলুং পিয়্যকা
পুলুং সজা মিটলং
পাই চিদে চং কং
কাচি ঐ কাচি ঐ কৰাক মা !!

আকৌ চেংকন গড়গঞা নাচনী
আকৌ চেংকন হালি-জালি নাচিব
আকৌ চেংকন ৰংঘৰৰ বাকৰি
আকৌ চেংকন জিলিকি উঠিব
আকৌ চেংকন মোৰে চেংকন
পৃথৱী উঠিব/২ কঁপি !

আকৌ চেংকন আমি অসমীয়া
আকৌ চেংকন মূৰত পাগে মৰা
আকৌ চেংকন বিহু বুলি ক’লে
আকৌ চেংকন ভাতে-পানী এৰা
আকৌ চেংকন মোৰে চেংকন
নাচোনত উৰাই যাওঁ/২ ধূলি !!

চ’ততে চকৰী দদাই ঐ
ব’হাগত বাবৰি দদাই ঐ
জেঠতে আমনা দদাই ঐ ধান !
গৰুবিহুৰ দিনা দদাই ঐ
বস্ত্ৰ দান কৰিবা দদাই ঐ
তেহে পাবা বৈকুণ্ঠত দদাই ঐ স্হান !!

Check Also
Close
Back to top button