Assamese

JAAN BULI MATIBOLOI

JAAN BULI MATIBOLOI Lyrics By On Vreeguu Kaxyap VK Entertainment 2024. Best Song JAAN BULI MATIBOLOI Lyrics in Hindi & English Originally Released on YouTube. JAAN BULI MATIBOLOI Song Sung By Popular Singer Vreegu Kashyap, Music Composed By Pulak Nath, and Lyrics Of This Song Are Written By Sunit Gogoi. JAAN BULI MATIBOLOI Full Song Lyrics By Vreegu Kashyap. We Offer Amazing Songs Lyrics Only on WoLyrics.com

JAAN BULI MATIBOLOI Song By Vreegu Kashyap Details

Vocal/Singer
Music Comsposer Pulak Nath
Lyricist Sunit Gogoi
YouTube video

JAAN BULI MATIBOLOI Lyrics Vreegu Kashyap

শুং লগা ভোমোৰাই ফুলৰে মৌ চুঁহি খাই
পুং ফুটা পুখুৰী সিঁচি কোনে শুকুৱাই !?
মৰমহে লাগে তোক ন’ ?
ল’ কিমান লাগে ল’ !!
বাকীবোৰ নক’বি ৰ’ !
থ’ পাছত ক’বি থ’ !!
অকৰা পাই অভিমানে জুখিব খোজ
চকুলে চাই এনে লাগে তয়োতো বুজ
তোক জান বুলি মাতিবলে মন গৈছে ক’ !/৪
1st Antara
না না নহ’ব নহ’ব দেই
মোলৈ চাই মিচিককৈ হাঁহি দিলেই !
লা লা লাগিব লাগিব দেই
মৰম মোক লাগিব বিচাৰিলেই !!
নহ’লে কিনো হ’ব, মই হ’ম সদাশিৱ
তই লাগিবই লাগিব মোৰ পাৰ্বতী হ’ব !!
তোক জান বুলি মাতিবলে মন গৈছে ক’ !/৪
2nd Antara
কি মোহে মোহিলি ঐ জান
তোক তোক তোকচোন পাহৰাই টান !
ৰাতি বিহুৰ ৰাতিতে পলুৱাই লৈ যাম
শদিয়া এৰিথৈ অৰুণাচল পাম !!
নহ’লে কিনো হ’ব, মই হ’ম সদাশিৱ
তই লাগিবই লাগিব মোৰ পাৰ্বতী হ’ব !!
তোক জান বুলি মাতিবলে মন গৈছে ক’ !/৪

Check Also
Close
Back to top button